Educational video

[Educational video][pvid]

Latest Music

[Music][pvid]

Movie Trailer

[Trailer][pvid]

Tamil Movies

[Tamil Movies][pvid]

Bangla Music

[Bangla Muvic Video][pvid]

Punjabi Music

[Punjabi][pvid]

 কেইগৰাকীমান প্রথম অসমীয়া পুৰুষ

  • প্রথম স্নাতক --            

            আনন্দৰাম বৰুৱা ৷



  • বিদেশত শিক্ষা গ্রহণ কৰা --              

            আনন্দৰাম ঢেকীয়াল ফুকন ৷


  • প্রথম ইঞ্জিনিয়াৰ  --

            বলিনাৰায়ণ বৰা ৷


  • বিদেশত চিকিৎসা শিক্ষা গ্রহণ কৰা --

            ডাঃ আওৰঙ্গ শ্বাহ।


  • উচ্চতম ন্যাযালয়ৰ ন্যায়াধীশ --

            পার্বতী কুমাৰ গোস্বামী ৷


  • ভাৰতৰ ৰাষ্ট্ৰপতি --

            ফখৰুদ্দিন আলি আহমেদ ৷


  • প্রথম ৰাষ্ট্ৰদূত --

            উপেন বড়ো ৷


  • পদ্মবিভূষণ সন্মান পোৱা --

             বিমলা প্রসাদ চলিহা ( প্রাক্তন মুখ্যমন্ত্রী )


  • প্রথম ডক্টৰেট --

            ড°সত্যেন্দ্র নাথ শর্মা আৰু ড° মহেশ্বৰ নেওগ ৷


  • ভাষাতত্বৰ ডক্টৰেট --

           ড° বাণীকান্ত কাকতি ৷


  • আইন বিষয়ত ডক্টৰেট --

            ড° জগদীশ মেধি ৷


  • অসমীয়া কথাছবি নির্মাতা --

            জ্যোতিপ্রসাদ আগৰৱালা ৷


  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য --

             কৃষ্ণকান্ত সন্দিকৈ ৷


  • এচিয়ান গেমচত সোণৰ পদক পোৱা --

            শ্রী ভোগেশ্বৰ বৰুৱা ৷


  • চাহ খেতিয়ক --

            মণিৰাম দেৱান ৷


  • প্রথম ৰাজ্যপাল --

            বিষ্ণুৰাম মেধি (মাদ্রাজ ১৯৫৭)


  • ভাৰত ৰত্ন সন্মান লাভ কৰা --

            লোকপ্রিয় গোপীনাথ বৰদলৈ (১৯৯৯)


  • বীৰচক্ৰ সম্মান লাভ কৰা --

            উৎপল বৰুৱা ৷


  • দাদাচাহেব ফাল্কে বঁটা লাভ কৰা --

            ড° ভূপেন হাজৰিকা ৷




কেইগৰাকীমান প্রথম অসমীয়া পুৰুষ

কেইগৰাকীমান প্রথম অসমীয়া পুৰুষ

 কেইগৰাকীমান প্রথম অসমীয়া পুৰুষ

  • প্রথম স্নাতক --            

            আনন্দৰাম বৰুৱা ৷



  • বিদেশত শিক্ষা গ্রহণ কৰা --              

            আনন্দৰাম ঢেকীয়াল ফুকন ৷


  • প্রথম ইঞ্জিনিয়াৰ  --

            বলিনাৰায়ণ বৰা ৷


  • বিদেশত চিকিৎসা শিক্ষা গ্রহণ কৰা --

            ডাঃ আওৰঙ্গ শ্বাহ।


  • উচ্চতম ন্যাযালয়ৰ ন্যায়াধীশ --

            পার্বতী কুমাৰ গোস্বামী ৷


  • ভাৰতৰ ৰাষ্ট্ৰপতি --

            ফখৰুদ্দিন আলি আহমেদ ৷


  • প্রথম ৰাষ্ট্ৰদূত --

            উপেন বড়ো ৷


  • পদ্মবিভূষণ সন্মান পোৱা --

             বিমলা প্রসাদ চলিহা ( প্রাক্তন মুখ্যমন্ত্রী )


  • প্রথম ডক্টৰেট --

            ড°সত্যেন্দ্র নাথ শর্মা আৰু ড° মহেশ্বৰ নেওগ ৷


  • ভাষাতত্বৰ ডক্টৰেট --

           ড° বাণীকান্ত কাকতি ৷


  • আইন বিষয়ত ডক্টৰেট --

            ড° জগদীশ মেধি ৷


  • অসমীয়া কথাছবি নির্মাতা --

            জ্যোতিপ্রসাদ আগৰৱালা ৷


  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য --

             কৃষ্ণকান্ত সন্দিকৈ ৷


  • এচিয়ান গেমচত সোণৰ পদক পোৱা --

            শ্রী ভোগেশ্বৰ বৰুৱা ৷


  • চাহ খেতিয়ক --

            মণিৰাম দেৱান ৷


  • প্রথম ৰাজ্যপাল --

            বিষ্ণুৰাম মেধি (মাদ্রাজ ১৯৫৭)


  • ভাৰত ৰত্ন সন্মান লাভ কৰা --

            লোকপ্রিয় গোপীনাথ বৰদলৈ (১৯৯৯)


  • বীৰচক্ৰ সম্মান লাভ কৰা --

            উৎপল বৰুৱা ৷


  • দাদাচাহেব ফাল্কে বঁটা লাভ কৰা --

            ড° ভূপেন হাজৰিকা ৷




 জীৱনৰ সংজ্ঞা

"জীৱনৰ সংজ্ঞা" এটা কবিতা ৷এই কবিতাটোৱে মানুহৰ জীৱনৰ সৈতে জৰিত কিছুমান প্ৰকৃত তথ্যৰ ওপৰত ভিত্তি কৰি লিখা হৈছে ৷



    
EducaOxomy



মাটি ফালি আকাশলৈ

বীজ এটাই চাই,

সময় মতে সহায় কৰে

সকলোৱে পায় ৷


প্রতিটো প্রশ্নৰ উত্তৰ থাকিব,

সেইটো কোনো প্রয়োজন নাই।

কিন্তু, প্রতিটো কথাৰ গভীৰতা থাকে,

সেইটো বুজা যায়।


মানুহে জীৱন আৰু পৰিচয় লয়

নিজৰ কৰ্মৰ জৰিয়তে,

নহলে এটা নামৰ অসংখ্য মানুহ

বহুতেই থাকে।


অভাৱেই আৱিস্কাৰ মূল

কথাতে কয়

যদিহে সেই অভাৱত

স্বভাব নষ্ট নহয় ৷


নিজৰ দোষ সকলোৱে

আনৰ ওপৰত দিয়ে জাপি ৷

কিন্তু, সেইটো কথা ভাবি নাচাই

নিজেও যে এজন দোষী ৷


জন্ম,মৃত্যু আৰু বিবাহ

সেইয়া নিয়তিৰ বল

বাকি সকলো নিজৰ হাতত

সেইয়া কৰ্মৰ ফল ৷





জীৱনৰ সংজ্ঞা - এটি কবিতা

 জীৱনৰ সংজ্ঞা

"জীৱনৰ সংজ্ঞা" এটা কবিতা ৷এই কবিতাটোৱে মানুহৰ জীৱনৰ সৈতে জৰিত কিছুমান প্ৰকৃত তথ্যৰ ওপৰত ভিত্তি কৰি লিখা হৈছে ৷



    
EducaOxomy



মাটি ফালি আকাশলৈ

বীজ এটাই চাই,

সময় মতে সহায় কৰে

সকলোৱে পায় ৷


প্রতিটো প্রশ্নৰ উত্তৰ থাকিব,

সেইটো কোনো প্রয়োজন নাই।

কিন্তু, প্রতিটো কথাৰ গভীৰতা থাকে,

সেইটো বুজা যায়।


মানুহে জীৱন আৰু পৰিচয় লয়

নিজৰ কৰ্মৰ জৰিয়তে,

নহলে এটা নামৰ অসংখ্য মানুহ

বহুতেই থাকে।


অভাৱেই আৱিস্কাৰ মূল

কথাতে কয়

যদিহে সেই অভাৱত

স্বভাব নষ্ট নহয় ৷


নিজৰ দোষ সকলোৱে

আনৰ ওপৰত দিয়ে জাপি ৷

কিন্তু, সেইটো কথা ভাবি নাচাই

নিজেও যে এজন দোষী ৷


জন্ম,মৃত্যু আৰু বিবাহ

সেইয়া নিয়তিৰ বল

বাকি সকলো নিজৰ হাতত

সেইয়া কৰ্মৰ ফল ৷