কেইগৰাকীমান প্রথম অসমীয়া পুৰুষ
প্রথম স্নাতক --
আনন্দৰাম বৰুৱা ৷
বিদেশত শিক্ষা গ্রহণ কৰা --
আনন্দৰাম ঢেকীয়াল ফুকন ৷
প্রথম ইঞ্জিনিয়াৰ --
বলিনাৰায়ণ বৰা ৷
বিদেশত চিকিৎসা শিক্ষা গ্রহণ কৰা --
ডাঃ আওৰঙ্গ শ্বাহ।
উচ্চতম ন্যাযালয়ৰ ন্যায়াধীশ --
পার্বতী কুমাৰ গোস্বামী ৷
ভাৰতৰ ৰাষ্ট্ৰপতি --
ফখৰুদ্দিন আলি আহমেদ ৷
প্রথম ৰাষ্ট্ৰদূত --
উপেন বড়ো ৷
পদ্মবিভূষণ সন্মান পোৱা --
বিমলা প্রসাদ চলিহা ( প্রাক্তন মুখ্যমন্ত্রী )
প্রথম ডক্টৰেট --
ড°সত্যেন্দ্র নাথ শর্মা আৰু ড° মহেশ্বৰ নেওগ ৷
ভাষাতত্বৰ ডক্টৰেট --
ড° বাণীকান্ত কাকতি ৷
আইন বিষয়ত ডক্টৰেট --
ড° জগদীশ মেধি ৷
অসমীয়া কথাছবি নির্মাতা --
জ্যোতিপ্রসাদ আগৰৱালা ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য --
কৃষ্ণকান্ত সন্দিকৈ ৷
এচিয়ান গেমচত সোণৰ পদক পোৱা --
শ্রী ভোগেশ্বৰ বৰুৱা ৷
চাহ খেতিয়ক --
মণিৰাম দেৱান ৷
প্রথম ৰাজ্যপাল --
বিষ্ণুৰাম মেধি (মাদ্রাজ ১৯৫৭)
ভাৰত ৰত্ন সন্মান লাভ কৰা --
লোকপ্রিয় গোপীনাথ বৰদলৈ (১৯৯৯)
বীৰচক্ৰ সম্মান লাভ কৰা --
উৎপল বৰুৱা ৷
দাদাচাহেব ফাল্কে বঁটা লাভ কৰা --
ড° ভূপেন হাজৰিকা ৷
0 التعليقات: